২৬ জুলাই ইতিহাসত আজিৰ দিনটো

©Admin
0
২৬ জুলাই হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৮টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮৫৬ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।
২/আজিৰ দিনটোতে ১৯৬৫ চনত মালদ্বীপে স্বাধীনতা লাভ কৰে।
৩/ আজিৰ দিনটোতে ১৯৯৯ চনত কৰ্গিল যুদ্ধৰ অৱসান ঘটে।
৪/ আজিৰ দিনটোতে ১৮৫৬ চনত এগৰাকী বিখ্যাত আইৰিছ নাট্যকাৰ জৰ্জ বাৰ্ণাৰ্ড শ্বৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৮৯৪ চনত প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আলডুছ হাক্সলীৰ জন্ম হৈছিল।
৬/আজিৰ দিনটোতে ২০২০ চনত কম্পিউটাৰ মাউছৰ সহ-উদ্ভাৱক ৱিলিয়াম কাৰ্ক ইংলিছ বা বিল ইংলিছৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)