বীক্ষণ -হেমেন হাজৰিকা

©Admin
0
অনুবীক্ষণ চিন্তা 
অন্ধবিশ্বাসৰ অভিমন্যু বেহু 
গৱেষণাৰ নামান্তৰ  ।।
পথত বিড়াল 
যাত্ৰা নষ্ট  ।।
পপীয়া তৰা খহিল 
অমঙ্গলীয়া বাৰ্তাৰ অপেক্ষা  ।।
বিশেষভাৱে সক্ষম দৰ্শন 
দিনমণিক গালি বৰ্ষণ  ।।

         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)