সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?
উত্তৰ- ৰাধা গোবিন্দ বৰুৱাই বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল।

২/গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?
উত্তৰ-কৃষ্ণকান্ত সন্দিকৈ।

৩/অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ- বসন্ত দাস।
৪/অসমত কলা আৰু বোবা সকলৰ বাবে বিদ্যালয় কোন ঠাইত আছে?
উত্তৰ-গুৱাহাটীৰ কাহিলীপাৰাত আছে।
৫/অসমত মৰাপাটৰ কল কোন ঠাইত অৱস্থিত?
উত্তৰ- শিলঘাট।
৬/অসমত সংস্কৃত মহাবিদ্যালয় কোন কেইখন ঠাইত আছে?
উত্তৰ- গুৱাহাটী আৰু নলবাৰীত আছে।
৭/গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল?
উত্তৰ-কেলভিন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)