বিধৱা-আব্দুৰ ৰৌফ মন্ডল

©Admin
0
মোৰ স্বামী জীয়াই থকা অৱস্থাত তাৰ এটা বেয়া অভ্যাস আছিল। গৰমত ঘামী-যামী আহি সদায় তাৰ চোলা টো বিছনাৰ ওপৰত পেলাই থয়।বহু বাৰ কোৱা হ'ল আৰু সাক্ষী হিচাপে মই জীৱনৰ ২০ টা বসন্ত পাৰ কৰিলোঁ। মোৰ স্বামী যদি পুনৰ ঘুৰি আহিলেহেঁতেন মই অভিযোগ  নকৰাকৈ   মৃত্যুৰ আগলৈকে চোলাটো ধুই যথা স্থানত ৰাখিলোঁহেতেন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)