দেখিছাে বহুতৰ মুখ ৷
কাৰোবাৰ কেতিয়াবা দুখৰ মুখ,
কাৰোবাৰ কেতিয়াবা সুখৰ মুখ ৷
কাৰোবাৰ মন হয়তো
মৰমেৰে জিনিব পাৰিছাে ৷
কাৰোবাৰ মনত হয়তাে
দিছাে দুখ - বিষাদ ৷
আজিলৈকে যিমানক লগ পাইছাে,
সকলােৰে মনৰ ভাব বুজিব বিচাৰিছাে ৷
সকলােৰে বিভিন্ন উদ্দেশ্য,
মুখবােৰত ভাঁহি উঠা দেখিছাে।
কাৰোবাৰ এটা সময়ত নম্ৰ ব্যৱহাৰ ৷
কাৰোবাৰ এটা সময়ত উগ্ৰ ব্যৱহাৰ ৷
মানুহবােৰক দেখিলেই চিনিব পাৰিছাে ৷
কােন কেনেকুৱা প্ৰকৃতিৰ ৷
~ ৰঞ্জু বৰদলৈ, কাৰ্ব আংলং ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ