Home মিন্টু গোৱলা চকুলো-মিন্টু গোৱলা চকুলো-মিন্টু গোৱলা person©Admin July 30, 2024 0 share ৰিক্ত হিয়াৰ বাৰ্তা শুনি দুচকু সেমেকি দুধাৰি চকুলো নিগৰি আহে।হিয়াৰ স্পন্দন বোৰ দুগুণে বাঢ়ি যায় , চকুলো নিগৰি অহা দেখি। সেই নিজান নৈৰ পাৰৰ পৰাই ,তুমি মোক এৰি থৈ গৈছিলা ।সেই দিনাৰ পৰাই মোৰ দুচকুতকেৱল মাত্ৰ চকুলো! ✍️মিন্টু গোৱলা লখিমপুৰ Tags কবিতামিন্টু গোৱলা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ