সপোন আধৰুৱা নহওঁক
সেইকাৰণে মই অলপ
ভক্তি ও কৰিম .....
এই পৃথিৱীৰ মানুহক
ভয় নকৰোঁ মই
কিন্তু তোমাক নিশ্চয় কৰিম ......
তোমাৰ নিজৰখিনিয়ে নকৰিলে
কি হল
মই প্ৰতিটো পল মৰম কৰিম তোমাক ....
আৰু তুমি সোনকালে
পত্নী হোৱা মোৰ .....
ইয়াৰ বাবে সদায় প্ৰাৰ্থনা কৰিম ....!!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ