জীৱনটোই তোমাক কন্দাবই চাব তথাপি এবাৰ হাঁহি চোৱাচোন,
সৰল গতি ল'ব এই জীবনে, হৈ পৰিব সকলো আমোদজনক।
জীৱনত দুখ থাকিবই তথাপি বাৰু নহহাকৈ থাকিবানে?
দুখ, বেদনা সকলো এক মায়া, এই মায়াই হল জীবন ।।
তুমি হাঁহি চোৱাচোন এবাৰ, এই মায়াই তোমাক মোহিত কৰিব।
তুমি হাঁহা, পৃথিৱীখনকো হহোঁওৱা দেখিবা পৃথিৱীখন কিমান ধুনীয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ