কৰে সুখৰ আহ্বান,
তেওঁৱেই মোৰ চেনেহী মা
আছে জানো তেওঁৰ সমান কোনো আন ?
সপোনক কৰে দিঠকত পৰিণত
লয় সংসাৰক জানি,
তেওঁৱেই মোক হাতত ধৰি ধৰি
কয় আগবঢ়াই আহি-
"সেইটো তিতা , এইটো মিঠা
এইটো টেঙা ফল,
তিনিও বিধে খালে তুমি
পাবা গাত বল |"
আই মোৰ জননী
আই মোৰ চেনেহী
আই মোৰ জীৱনৰ প্ৰথম শিক্ষয়িত্ৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ