মাথোঁ ৰৈ যায় স্মৃতি ,
কেতিয়াবা দুখৰ দলিচা পাৰি
জীৱনটো অন্ধকাৰ কৰি তোলে
কেতিয়াবা বিষাদে আৱৰি ধৰে
কেতিয়াবা দুচকুলে আনে সপোনৰ আশা আৰু
কেতিয়াবা সেই সপোনবোৰ
ভাঙি জীৱনলৈ কঢ়িয়াই
আনে নিৰাশাবোৰ ,
সময় সলনি হয় মাথোঁ কিন্তু!
সময়ে দিয়া স্মৃতিবোৰ
সদায় স্মৃতি হৈ ৰয়।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ