শিকলি-অংশুমান ভূঞা

©Admin
0
   "অ' দাদা, এইবোৰ স্কুললৈ লৈ যাবা।" মালিকৰ ল'ৰাটোলৈ গাখীৰ গিলাচ লৈ গৈ সি কিছুপৰ কাগজেৰে বনোৱা সৰু সৰু ত্ৰিৰংগাকেইখন লিৰিকি-বিদাৰি ৰ'ল।

     "উম।"
   
     "মোৰো মন যায় চাবলৈ। আজি কিবা আছে নহয়।"

     "ঐ আপা। তাতেই ৰ'লি যে। বাচনমখা কোনে ধুব?"

 ✍️অংশুমান ভূঞা
      চামতা, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)