এটি মনোৰম গধূলি ≈হেমেন হাজৰিকা

©Admin
0
অৰুণিমা 
কটাব নোৱাৰিলোঁ 
তোমাৰ হতে
উদ্যানৰ ঘাঁহনিত বহি
এটি শাৰদী গধূলি ।
শাৰদী সন্ধা তোমাৰ 
প্ৰিয় আছিল ।
আছেনে পৰিবেশ আজি 
মুকলি মনেৰে 
আকাশৰ তলত বহি
হৃদয়ৰ আলাপ কৰিবলে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)