ৰিক্ত হৃদয়ত শুনিছোঁ
অনুতপ্ত ধ্বনি।
ঘৃণা,হিংসা,জিংঘাহা ভয়াবহতাৰ,
দুৰ্লনাত ছট-ফটোৱা উৰ্ণবলৰ
পখী কিম্বা বিশ্বাসৰ এটি
প্ৰশ্ন সংক্ৰান্তত।
চৰিত্ৰ পাঠত, যুগ সন্ধিৰ
প্ৰতিশ্ৰুতি লোৱাৰ বাটেৰে
উষ্ম চকুলোত
বন্দিশালৰ দুৱাৰ।
তৰুণ পথোৱা অৰুণৰ বাটত
ৰত্ন গৰ্ভা আমাৰ সমণ্বয়ৰ বাণীক ,
বাৰ্তাজীবি আলাপে
আউসী ৰাতি ,
উগ্ৰ সংগ্ৰামক আগশাৰীত ৰাখি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ