দেউতা — দিপশিখা ৰাজকোঁৱৰ

©Admin
0
 সম্পূৰ্ণ এক সপ্তাহৰ পিছত তেওঁ ঘূৰি আহিছে।দেউতাক অহাৰ কথা গম পাই দুচকুৰ অশ্ৰু মোহাৰি শিখা বাহিৰলৈ দৌৰি ওলাই গ'ল।সকলো মৌন।কেৱল এম্বুলেন্সৰ শব্দহে শুনিবলৈ পোৱা গৈছে। গাড়ীখন ৰখোৱা পিছত লাহেকৈ দুজন মানুহে চোতাললৈ নমাই আনিল বগা কাপোৰেৰে ঢাকি থোৱা শিখাৰ দেউতাকক।শিখাই কান্দি কান্দি চিঞৰি উঠিল - দেউতা.... দেউতা.. দেউতা...।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)