২৯ আগষ্ট ইতিহাসত আজিৰ দিনটো

©Admin
0
২৯ আগষ্ট  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪১তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮৪২ চনত গ্ৰেট ব্ৰিটেইন আৰু চীনে নানকিঙ্গ চুক্তিত স্বাক্ষৰিত কৰে।
২/ আজিৰ দিনটোতে ১৮৮২ চনত অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
৩/ আজিৰ দিনটোতে ১৮৮৫ চনত গ'টলিব ডায়েমলাৰে মটৰ চাইকেলৰ পেটেণ্ট লাভ কৰে। 
৪/ আজিৰ দিনটোতে ১৮৬২ চনত  বেলজিয়ামৰ কবি, নাট্যকাৰ মৰিচ মেটাৰলিংকৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯০২ চনত  ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক
ভেৰিয়া এলউইনৰ জন্ম হৈছিল।
৬/  আজিৰ দিনটোতে ১৯৯০ চনত  অসমীয়া সংগীত শিল্পী
তাৰিকুদ্দিন আহমেদৰ মৃত্যু হৈছিল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)