Home হেমেন হাজৰিকা সভ্যতা-হেমেন হাজৰিকা সভ্যতা-হেমেন হাজৰিকা person©Admin August 01, 2024 0 share মোৰ ব্যাকুলতা নদীৰ পলসত সিচা আজন্ম ব্যাধি ।।নৱৰসত জিলমিলাই থকা মোৰ বক্ষ আধুনিক প্ৰযুক্তিৰে অষ্ট্ৰোপ্ৰচাৰ কৰাত ৰসবোৰত জটিলতা নামিল জিভাই বুজিব নোৱাৰে পলসৰ সোৱাদ বোধহয় স্বাদ কণিকাবোৰ ঢুকাল Tags কবিতাহেমেন হাজৰিকা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ