দুখীয়া -হীৰামণি দহোটীয়া

©Admin
0
কামৰ  পৰা ভিতৰলৈ সোমাই অহা দেউতাকক বি.এ.পাছ কৰি বহি থকা জীয়েক ৰীমাই  ক'লে-
অ' দেউতা মই ঘৰত এনেদৰে বহি থাকিমনে মোৰ লগৰ সকলোৱে উচ্চ শিক্ষা ল'বলৈ প্রস্তুতি চলাইছে। 

 দৈনন্দিন হাজিৰা কাম কৰি ঘৰ চলোৱ দুখীয়া দেউতাকে সেমেকা চকুৰে কয়- আইজনী অ' তোক পঢ়াবলৈ মোৰো মন আছে ।কিন্তু উপায় নাই কেনেকৈ নো খৰছ বহন কৰিম।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)