পৰিহাস — জিতু ৰাজ

©Admin
0
ফুটপাথত বহি থকা দুখীয়া মানুহজনে বিলাসী কাপোৰ পিন্ধি বিলাসী গাড়ীত উঠি অহা সেই চাহাবজনক ক"লে, "চিৰা কাপোৰ পিন্ধিলেই যদি লাজ ঢাকে নতুন কাপোৰ কিয় লাগে" ?? 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)