মোৰ আকাশ-পাপু শইকীয়া

Rinku Rajowar
0
নীলাভ আকাশৰ ৰং বিচাৰি, 
অসীম দুবাহু মেলি,
মন মেলি দিলোঁ অনন্ত প্ৰসাৰি।

শুকুলা মেঘৰ নাচোনে
কিনো ছবি আঁকি দিলে,
আঁত হেৰাই গ'ল ভাৱনাৰ অৰঙে দৰঙে।

সেউজীয়া নে নীলা,
নীলা নে সেউজীয়া,
ৰবিৰ কত যে লুকা ভাকু খেলা।

✍️পাপু শইকীয়া 
    চিনাতলী (গোলাঘাট) 
    ভ্ৰাম্যভাষ :৯৮৬৪৫০২৮৭৩ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)