এজনী মাতৃয়ে যে আইনৰ ওপৰত আস্থা ৰাখি ইমান খিনি কৰিব পাৰে৷ তথাপিও মোৰ বিশ্বাস হোৱা নাই, যে সকলো মাতৃয়েই হ’ল দয়া আৰু মমতাৰ প্ৰতীক বুলি৷ মণিকাঞ্চনৰ গণধৰ্ষণৰ লগত নিজৰ ল’ৰাও জড়িত থকাৰ কথা শুনি৷ ল’ৰাটোক নিজৰ বুলি অকণো খাতিৰ নকৰি চুপ-চাপে পুলিচক মাতি নি চমজাই দিলে! যাতে ধৰ্ষিতা মণিকাঞ্চনে ন্যায় পায় আৰু নিজৰ ল’ৰাৰ লগতে আন সকলো দোষীয়ে উচিত শাস্তি পায়৷ সচাঁকৈ কিমান উচ্চ বিচাৰ থাকিলে এজন মাতৃয়ে এনেদৰে নিজৰ লগতে আন মাতৃৰো মৰ্মবেদনা বুজিব পাৰে৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ