১৫ আগষ্ট ইতিহাসত আজিৰ দিনটো

©Admin
0

১৫ আগষ্ট  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৮টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১২৬১ চনত বাইজাণ্টিসকলৰ হাতত কনষ্টাণ্টিনোপলৰ পতন হয় আৰু অষ্টম মাইকেল বাইজাণ্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট হয়।

২/ আজিৰ দিনটোতে ১৯১৪ চনত পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয়।

৩/ আজিৰ দিনটোতে ১৯৪৭ চনত লৰ্ড মাউণ্ট বেটেনে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰে।

৪/ আজিৰ দিনটোতে ১৭৬৯ চনত  ফ্ৰান্সৰ সম্ৰাট

নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হৈছিল।

৫/ আজিৰ দিনটোতে ১৮৭২ চনত ভাৰতীয় দাৰ্শনিক, কবি আৰু সাংবাদিক শ্ৰী অৰবিন্দৰ জন্ম হৈছিল।

৬/ আজিৰ দিনটোতে ১৯৪২ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক মহাদেৱ দেশাইৰ মৃত্যু হৈছিল।

৭/ আজিৰ দিনটোতে ২০০০ চনত ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ টি. এ. সৰস্বতী আম্মাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)