সেয়া কহুঁৱা নেকি-হেমেন হাজৰিকা

Rinku Rajowar
0
      নীলিম নিৰ্জনতাত
      মোৰ অগোচৰে
      কোনে তৰিলে
      এখন বগা চাদৰ !
      দিগন্ত প্ৰসাৰী থকা
      অপাৰ সেউজীয়া চুই
      বতাহত হালিছে জালিছে
      উদং নিৰ্মমতাত
      সেয়া যে ফুলিছে
      শুভ্ৰ শুভ্ৰ থোৰ
      শৰতৰ পথত
     সেয়া বাৰু কহুঁৱা নেকি ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)