নাৰী সুৰক্ষিত নহয়!
নাৰী দেখোন
মাতৃ গৰ্ভতো
সুৰক্ষিত নহয়।।
মনক অশ্লীল কৰি,,
সভ্যতাক
হেয়জ্ঞান কৰাইছে।।
ছোৱালীক বহুতে
ভ্ৰূণতে নষ্ট কৰাইছে,
আধুনিকতাই শিক্ষাৰ বুকুত,
নীৰৱে আক্ৰমণ কৰিছে,
মানুহবোৰ কিয় যে
কামনাৰ প্ৰতি
ইমানেই আকৰ্ষিত হৈ পৰিছে!
নিতৌ কিমান যে
ছোৱালী- বোৱাৰীক ধৰ্ষণ কৰা হৈছে৷
✍️ছাইফুদ্দিন আহমেদ,
ধূপগুৰি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ