নৰ-পিশাচ — সুস্মিতা দাস

©Admin
0
সদায় অকলেই টিউচনৰ পৰা অহা ৰশ্মিয়ে আজি বাটত থকা কিছুমান চিনাকি প্ৰাণীক দেখিয়েই মাকক জোৰকৈ সাৱটি ধৰিলে। কাৰণ সেই প্ৰাণীকেইটাই তাইক কেতিয়া খাই পেলায় তাৰ কোনো ঠিক নাই আৰু সেই প্ৰাণীকেইটাই হৈছে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ প্ৰাণীৰূপে পৰিচিত তেজ-মঙহৰে গঢ়া দুঠেঙীয়া মানুহ, যি পিশাচতকৈও ভয়ানক।  অৰ্থাৎ সিহঁতে হৈছে আন মানুহৰ তেজ - মঙহ খোৱা "নৰ-পিশাচ" ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)