গাঁৱে গাঁৱে ঘূৰি
জ্যোতিৰ জ্বলাৰ জয় গান,
তাণ্ডৱ নাচি -নাচি নাশি
শিলা কুঁটি তোমাৰ জয় গান।
দিন -ৰাতি
তোমাৰ ভাগৰ ভাত,
কাঢ়ি নিয়া জনতাৰ
জীৱন উচৰ্গা জয় গান।
স্বপ্ন দুভাগ ৰাতি
কান্দোনৰ বৰ্ব বিষাদৰ
কৰ্ষণ জ্বলা দুচকুৰে,
ঘনাই -ঘনাই বিচনাতে
লুকা-ভাকু কৰে।
তথাপি নিচুকায়
সমালোচকৰ গৰ্জন,
কৰ্ম শিকনীৰ
কান্ধৰ হেজাৰ বুজাৰ
পৰিসীমাৰ সমাৱেশ।
আশাৰ চাদৰ বুকুত সেঁচি
জ্যোতিৰ জ্বলাৰ জয় গান
তোমাৰ ভাষাৰ সুবাস
জনতাৰ কাণে -কাণে
মধুৰ সলায়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ