মৰমৰ দেউতা -বিদ্যুৎ গগৈ

©Admin
0
 
          
  
মোৰ দেউতা মোৰ মৰমৰ
     মোৰ চেনেহৰ ভাষা
মোৰ মৰমৰ মোৰ দেউতা
       মোৰ ওপৰত আশা

মোৰ বাবে কৰা দেউতাৰ কষ্ট 
      সাৰ্থক কৰাই তুলিম
দেউতাৰ আশা দেউতাৰ ভৰষা
    এদিন পোহৰাই তুলিম

মোৰ দেউতাৰ মৰম চেনেহ বোৰ
      অন্তৰত বান্ধি ৰাখিম
মোৰ দেউতাৰ পৰামৰ্শবোৰ
       সদায় মানি চলিম
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)