Home হেমেন হাজৰিকা মাটিৰ চাকি-হেমেন হাজৰিকা মাটিৰ চাকি-হেমেন হাজৰিকা person@admin October 19, 2024 0 share তল এন্ধাৰ ঠাইখিনিকেনেকৈ ক'ত হেৰুৱালেোএতিয়া নাভাবা হ'লো ।।কিমান চগা জাহ গ'লশৱ দেহবোৰপুৱা হিচাপ কৰিছিলোঁ ।।দীপাৱলীৰ পুৱাজ্বলি নিৰ্বাপিত হোৱা শলিতাৰেচকুৰ ৰোগৰপ্ৰতিৰোধ বঢ়াইছিলো ।।বিশ্বাস অবিশ্বাসৰ দোমোজাতজ্বলি আছিলএগছি মাটিৰ চাকি ।। Tags কবিতাহেমেন হাজৰিকা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ