Home পাপু শইকীয়া পখিলা••পাপু শইকীয়া পখিলা••পাপু শইকীয়া person©Admin October 21, 2024 0 share পখিলাৰ দুপাখিৰ ৰঙেকিনো ৰঙ আঁকি দিলে,চৌপাশ ৰহনীয়া হ'ল।ফুলৰ পাহিৰ ভাঁজে ভাঁজেকিনো সুগন্ধি চটিয়ালে,মন আজি উতনুৱা হ' ল।তই চিতপখিলাজনী,জীৱনত দিবি নে সাতোৰঙ ঢালি,হেপাঁহৰ সপোনত হ'বিনে ৰাণী।ৰঙ বিৰঙ দুপাখিৰে,ঘুৰি ফুৰি গছে - ফুলে,মন তোৰ নভৰা হ'ল। Tags কবিতাপাপু শইকীয়া Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ