অসমীয়া সাধাৰণ জ্ঞান

@admin
0
১/ সৰ্বপ্ৰথম অসমীয়া বিলাতলৈ যাওঁতা কোন আছিল??
উত্তৰ = আনন্দৰাম বৰুৱা।

২/ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন আছিল?
উত্তৰ = পিয়লী ফুকন। 

৩/ সৰ্বপ্ৰথম গদ্য লেখক কোন?
উত্তৰ = ভট্টদেৱ। 

৪/ সৰ্বপ্ৰথম বুৰঞ্জী লিখক কোন?
উত্তৰ = হলিৰাম ঢেকিয়াল ফুকন। 

৫/ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল?
উত্তৰ = শুচিব্ৰতা ৰায়চৌধুৰী।

৬/ সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল?
উত্তৰ = বলিনাৰায়ণ বৰা।

৭/ প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন?
উত্তৰ = আনন্দৰাম বৰুৱা।

৮/ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ = ১৯৮৫ চনত ১৫ আগষ্টত। 

৯/ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক গৰাকী কোন?
উত্তৰ = গণেশ ফুকন। 

১০/ পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
উত্তৰ = কামৰূপ জিলাৰ হাজো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)