যৌনতাৰ কন্ঠস্বৰৰ – সানিধ্য শইকীয়া

©Admin
0
আৱেগৰ জোৱাত,,
আজি মই আচৰিত হৈ পৰিছো।।
শব্দবোৰ সকলো ছুটীত/বিৰতিত,,
মৌনতাই আজি কণ্ঠস্বৰ হৈ পৰিছে।।
বিষৰ সৈতে বিদায়,,
হৃদয়ৰ পৰা গলি গলি গ’ল,,
আজি স্বাধীনতা পাইছোঁ,,
কামনাৰ ক্ষীণ ভয়ৰ সৈতে,,
চকুলোৰ প্ৰাৰ্থনা আগবঢ়াই,,
মনটো উৎসৰ্গা কৰিছোঁ।।
শব্দবোৰ সকলো ছুটীত,,
মৌনতাই আজি কণ্ঠস্বৰ হৈ পৰিছে।।
এইটো কেনেকুৱা সময়?
সকলো শব্দ বন্ধ হৈ গৈছে,,
আনকি ধুমুহাবোৰো ভাগৰি পৰিছে।।
এতিয়া আৰু অধিক চেষ্টা,,
নুশুনা কোনো কবিতা/সংলাপ,,
এতিয়া সকলোতে বিখ্যাত হৈ পৰিছে।।
শব্দবোৰ সকলো ছুটীত,,
মৌনতাই আজি কণ্ঠস্বৰ হৈ পৰিছে।।
সকলো মথাউৰি ভাঙি পেলোৱা,,
চেতনাই এটা উপায় বিচাৰি পালে,,
নিজকে স্থবিৰতাৰে ভৰি পৰিল,,
আজি এই বিচলিত মনটো,,
আকৌ নতুন মাত্ৰাৰ পৰা,,
মন চিনাকি হৈ পৰিছে।।
শব্দবোৰ সকলো ছুটীত,,
মৌনতাই আজি কণ্ঠস্বৰ হৈ পৰিছে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)