প্রেমিক মই - মঃ ৰাশিদুল ইছলাম

©Admin
0
প্রেম জীৱনত বহুতে কৰিলোঁ কিন্তু
কাৰোৰে হ'বলৈ নোৱাৰিলোঁ, 
ব্যস্ততাৰ অজুহাত দেখুৱাই ।
হয়তো পাহৰিব খুজিছে,

তথাপি পাহৰা নাই। 
সেয়া জানিব.. 
এই আৱেগিক দুর্বল প্ৰেমিকৰ। 
প্রেম চিৰস্থায়ী,. 
বাস্তৱত মিলিত নহ'লেও। 
আমাৰ এই স্পর্শহীণ প্রেম স্মৃতি হৈ থাকিব। 
তোমাৰ প্ৰতিটো উশাহৰ উন্নতা আৰু 
স্পর্শই যেন মোৰ প্ৰেমৰ বাগিচাখনত
মৰহি যোৱা আশাৰ ফুলত। 
বর্ষা হৈ ভূমুকি মাৰি পূণৰ জীপাল কৰি তোলে। 
তুমি কৈছিলা- 
ব্যস্ততাৰ মাজত হেৰাই নাযাবা।
মোৰ ভয় লাগে সময়লৈ বিশ্বাস 
এক অটুট বান্ধোন। মৰমৰ সাজোন।
সঁচাকৈ পাহৰা নাই, 
অ' মোৰ হিয়াৰ মহাৰাণী... পাহৰি হেৰুৱাব
নোখোজোঁ হিয়া আমঠু প্রাণক.... 
তুমি মোৰ হিয়াৰ মুকুট।। 
মই তোমাৰ প্ৰেমিক।।


✍️মঃ ৰাশিদুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)