প্ৰতিবন্ধী- মাৰ্জিনা বেগম

©Admin
0
" থোৱা হে, যিমানেই গুণী-জ্ঞানী, শিক্ষিত নহওক কিয় মানুহে প্ৰতিবন্ধী বুলিয়ে ক'ব আৰু চিনিব ।"
    দুৱাৰমুখৰ পৰা ভাহি অহা ভদ্ৰমহিলাৰ কথা শুনি তাই নিজকে প্ৰশ্ন কৰিলে - আচলতে ইয়াত প্ৰকৃত প্ৰতিবন্ধী কোন ? তেওঁ নে তাই !

✍️মাৰ্জিনা বেগম, বৰপেটা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)