ঘটনাৱলী
১৯৫৩ - পাকিস্তান ইছলামিক গণতন্ত্ৰত পৰিণত হয়।[1]
১৯৮৭ - কাঠমাণ্ডুত ’ছাৰ্ক’ শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।[1]
জন্ম
১৫৩৪ - ৰামদাস, চতুৰ্থ শিখ গুৰু।[1]
১৭৮০ - মহাৰাজা ৰঞ্জিত সিংহ, পঞ্জাব কেশৰী নামে জনাজাত শিখ সম্ৰাট।
১৯৩৩ - অন্নদা শইকীয়া, অসমৰ সমাজসেৱী আৰু সাহিত্যিক।
১৯৬৫ - শ্বাহৰুখ খান, ভাৰতীয় অভিনেতা।[1]
১৯৭৬ - দীপান্বিতা শৰ্মা, অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল।
১৯৮১ - ঈশা দেউল, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
১৯৮২ - যোগেশ্বৰ দত্ত, ভাৰতীয় মল্লযোদ্ধা।
মৃত্যু
১৯৯৮ - ভিনচেণ্ট উইনটাৰ, স্কটিছ অভিনেতা।
২০১৫ - মাইক ডেভিছ, বিখ্যাত টেনিছ খেলুৱৈ।
দিৱস
ভাৰতীয় আগমন দিৱস (মৰিছাছ)।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ