কাৰাবন্দী কয়দী বন্ধ কোঠালিত তুমি— অৰুণ শৰ্মা

©Admin
0
সিদিনা দেখিলোঁ তোমাক
অভূতপূৰ্ব চাওঁনি আছিল তোমাৰ…
ই-ৰিক্মা চালকৰ সময়ৰ মূল্য
যাত্ৰী নিৰ্দিষ্ট গন্তব্যস্থানলৈ…
আগ বাঢ়ি গৈ নোচোৱা
চলেৰে বুকুত সাহস লৈ 
অপূৰ্ব হেঁপাহেৰে তোমাক চোৱা…
সম্পৰ্কত ঘূণে ধৰিল
নেদেখা জনৰ হিয়া ভাঙা কান্দোন
হাঁহি হাঁহি আঁতৰি গ'লা তুমি……!
সেই দিনা আছিল মোৰ 
তোমাক চোৱা হেঁপাহ
নিষ্ঠুৰ মৰমে ল'বা জানোঁ আকোঁৱালি
থ'বা নেকি বন্ধ কোঁঠাত
মৰম বোৰ সংগোপনে
কাৰাবন্দী কয়দী তুমি আৰু মই…??

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)