ঘটনাৱলী
আজি ন্যায় সেৱা দিৱস।
১৯১৭ চনৰ আজিৰ দিনটোতে জাৰ্মানীক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হয়।[1]
১৯৫৩ কম্বোডিয়াৰ ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ।
১৯৯৮ চনৰ আজিৰ দিনটোত গুৱাহাটীত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ মুকলি কৰা হয়।[1]
২০০০ চনৰ আজিৰ দিনটোত "উত্তৰাখণ্ড" ৰাজ্য গঠন কৰা হয়।[1]
২০২২ চনৰ আজিৰ দিনটোতে শ্ৰীযুত ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে ভাৰতবৰ্ষৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে ।
জন্ম
১৮৭৭ - মহম্মদ ইকবাল, উৰ্দু কবি।[1]
১৯৩৪ - কাৰ্ল চাগান, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
১৯৩৯ - অজয় ঘটক, ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞান বিষয়ক পাঠ্যপুথিৰ ৰচক।
১৯৫৭ - উদয় উমেশ ললিত, ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ।
মৃত্যু
১৮৮৩ - মাইলছ ব্ৰনছন , প্ৰথম অসমীয়া " অসমীয়া-ইংৰাজী" অভিধান ৰচয়িতা।
১৯৬২ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
২০০৩ - পুষ্পলতা দাস , এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।
২০০৫ - কে আৰ নাৰায়ণন, ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।
দিৱস
পতাকা দিৱস (আজেৰবাইজান)।l
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ