উত্তৰ = পাৰুল দাস।
২/ কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল?
উত্তৰ = স্বৰ্গদেউ ৰুদ্ৰ সিংহই।
৩/ বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?
উত্তৰ = ৰাধা গোবিন্দ বৰুৱা।
৪/ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল।
উত্তৰ = কৃষ্ণকান্ত সন্দিকৈ।
৫/ অসমত ফৰেষ্ট বিদ্যালয় কোন ঠাইত আছে?
উত্তৰ = গুৱাহাটীৰ জালুকবাৰীত।
৬/ প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজন কোন আছিল?
উত্তৰ = ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৭/ গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি?
উত্তৰ = কেলভিন।
৮/ গুৱাহাটীৰ পুৰণি নাম কি আছিল?
উত্তৰ = প্ৰাগজ্যোতিষপুৰ।
৯/ সেউজ কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়?
উত্তৰ = পৰাগ চলিহা।
১০/ সাহিত্য কাণ্ডাৰী বুলি কোনজন ব্যক্তিক জনা যায়?
উত্তৰ = পদ্মনাথ গোহাঞিবৰুৱা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ