নদী জীৱনৰ-দিশান্ত ডেকা

©Admin
0
লহৰে লহৰে উটি ফুৰোঁ
 মই সুখৰ কণিকা বিচাৰি  
ম‌ইৰ পৰা মোলৈ এখনি
 মধুৰ স্রোতস্বিনী ।
কেতিয়াবা যদি সোঁতৰ বিপৰীতে
 কেতিয়াবা আকৌ
সোঁতে সোঁতেই আগুৱাও ;
সন্ধানত স্থায়ী ঠিকনাৰ ।।
 
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)