সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১/ বিষ্ণু প্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল?
উত্তৰ: সৰ্বপল্লী ৰাধাকৃষ্ণণ।

২/ভোগেশ্বৰ বৰুৱাই কোনটো ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছিল?
উত্তৰ: এথলেটিক।

 ৩/ কোনখন উপন্যাস কাঞ্চন বৰুৱাই ৰচনা কৰিছিল?
উত্তৰ: অসীমত যাৰ হেৰাল সীমা।

৪/ কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয়?
উত্তৰ:  জাপান।

৫/ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ‌ নহয়?
উত্তৰ: ভাৰত।

৬/ কোনটো শক্তিৰ অনবীকৰণযোগ্য উৎস?
উত্তৰ: জীৱাশ্ম ইন্ধন ।

৭/ প্ৰথম আধুনিক অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ: এথেন্স ।

৮/ ৰামচৰিত মানস কোনে ৰচনা কৰিছিল?
উত্তৰ: তুলসী দাস ।

 ৯/ কোনটো ভিটামিন সূৰ্য পোহৰত উৎপন্ন হয়?
উত্তৰ: ভিটামিন-D ।

১০/ কোনখন চহৰৰ সমীপত দ পৰ্বতীয়া তোৰণ অৱস্থিত?
উত্তৰ: তেজপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)