জীৱন — ৰাতুল চেতিয়া ফুকন

©Admin
0
জীৱন জ্যামিতি নহয়
বিভিন্ন উপপাদ্যৰে সমাধান কৰিবলৈ সমস্যা।
নিৰ্দিষ্ট সূত্ৰৰে বান্ধিব পৰাকৈ
জীৱন সমীকৰণো নহয় ।
আমাৰ বাবে জীৱন
উকলা যোগ অথবা ধাৰ কৰা বিয়োগ 
আৰু সদায় বাকী ৰৈ যোৱা হৰণ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)