উত্তৰ = দক্ষিণ আফ্ৰিকাত।
২/ কোনখন দেশে প্ৰথম চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল?
উত্তৰ = আমেৰিকা যুক্তৰাষ্ট্ৰ।
৩/ Dead Sea কোন দুখন দেশৰ মাজত অৱস্থিত?
উত্তৰ = জৰ্ডান আৰু ইজৰাইল।
৪/ সৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?
উত্তৰ = জাপান।
৫/ বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?
উত্তৰ = ভূটান।
৬/ আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি?
উত্তৰ = আফ্ৰিকা।
৭/ শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?
উত্তৰ = থাইলেণ্ড।
৮/ হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?
উত্তৰ = ফিনলেণ্ড।
৯/ কোনখন দেশক পৃথিৱীৰ মধুচ বুলি কোৱা হয়?
উত্তৰ = পামিৰ মালভূমি।
১০/ পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি?
উত্তৰ = এণ্ডিছ পৰ্বতমালা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ