৭ নৱেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৯১৭ চনত ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ হয়। জাৰৰ শাসন অন্ত পৰে।
২/ আজিৰ দিনটোতে ১৯৬২ চনত নেলছন মেণ্ডেলাক পাঁচ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয়। পিছত এই দণ্ডাজ্ঞা যাৱজ্জীৱন কৰা হয়।
৩/ আজিৰ দিনটোতে
১৮৬৭ চনত ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে
১৮৭৮ চনত অসমীয়া সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে
১৯৭৯ ভাৰতীয় অভিনেত্ৰী
ৰাইমা সেনৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে
২০০০ চনত ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী চিদাম্বৰম সুব্ৰমনিয়ামৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে
২০০৫ চনত অসমীয়া লেখক, অৰ্থনীতিবিদ ভুবন বৰুৱাৰ মৃত্যু হৈছিল।
৮/ আজিৰ দিনটোতে ২০১৩ চনত অসমীয়া কবি, চলচ্চিত্ৰ পৰিচালক মৃদুল বৰুৱাৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ