উত্তৰ = ১৯৯৮
২/ অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল?
উত্তৰ = ১৮৬৭ চনত
৩/ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি কি আছিল?
উত্তৰ = ইটো- সিটো বহুতো।
৪/ প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি কি আছিল?
উত্তৰ = শকুন্তলা।
৫/ অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে?
উত্তৰ = ১৯৬৮চন।
৬/ সৰ্বপ্ৰথম গদ্য লেখক কোন?
উত্তৰ = ভট্টদেৱ।
৭/ অসমৰ লোকসভাৰ আসন কেইখন?
উত্তৰ = ১৪খন।
৮/ অসমৰ বিধানসভাৰ আসন কেইখন?
উত্তৰ = ১২৬খন ।
৯/ কাক অসমীয়া ব্যাস বুলি জনা যায়?
উত্তৰ = ৰাম সৰস্বতী।
১০/ অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি?
উত্তৰ = বিন্দু।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ