সুগন্ধি শেৱালিৰ পাহিয়ে শৰতৰ সন্ধিয়াত সুবাস বিলাই শাৰদীয় ৰাণীক স্বাগতম জনালে বেদ বেদান্তৰ মন্ত্র পঢ়ি পুৰোহিতে ধৰিত্ৰীৰ শান্তি আৰু মংগলৰ হেতু প্ৰাৰ্থনা কৰিলে। শেৱালিৰ সুগন্ধিয়ে জোনাকীক দিলে পোহৰৰ বাতৰি, প্ৰভাতী নামিছে ধৰাৰ বুকুলৈ জোন তৰাই বিদায় মাগিছে ইন্দুকান্তা ক্ষণদা তমাসীয়ো গৈছে আতঁৰি শেৱালিৰ সুগন্ধিয়ে জোনাকীক দিলে পোহৰৰ বাতৰি।
✍️ মনজিৎ গগৈ
গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ