উত্তৰ: চুতীয়া ৰাজ্য।
2) অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয়?
উত্তৰ: আহোম।
3) বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ: বেৰ'মিটাৰ।
4) কথাকলি কোন ৰাজ্যৰ নৃত্য শৈলী?
উত্তৰ: কেৰালা।
5) কোনটো সমূদ্ৰ পথে এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে?
উত্তৰ: চুৱেজ খাল।
6) কোন গৰাকী শাসকে দিল্লীৰ সিংহাসনত আৰোহণ কৰিছিল?
উত্তৰ: ৰেজিয়া চুলতানাই।
7) অসম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা।
8) প্রথম অসমীয়া চলচ্চিত্ৰ?
উত্তৰ: জয়মতী ( ১৯৩৫)।
9) অসমত মঞ্চৰ জন্মদাতা কোন?
উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ।
10) দূৰদৰ্শনত সম্প্ৰচাৰিত প্রথম অসমীয়া ছবিখন?
উত্তৰ: বৃষ্টি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ