বহু দিনৰ কথা।
পুৰণি সি সোঁৱৰণী দিয়ে প্ৰেমৰ বেথা।
অ'প্ৰিয়!
তোমাৰ গানেৰে নজগোৱা যদি বাটৰ কাষৰ আধা ফুলা কলি।
জীৱন পোহৰ ঢালি নুফুলোৱা যদি;
কোনেনো জগাব,
কোনেনো ফুলাব,
কোনেনো ধৰিব তুলি?
এই আপোন-পাহৰা জীৱ!
দক্ষিণ হাত মেলি জননীয়ে কয়
নাই ভয় নাই ভয় নাই নাই ভয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ