১/হাবিত কাঁহে ওলাই নাহে?
উত্তৰ = কুঠাৰ।
২/ ৰজাৰ লাঠি , ঘন ঘন গাঠি?
উত্তৰ = কুহিয়াঁৰ ।
৩/ এজনী কলী গাই, ঘাটে ঘাটে পানী খায়?
উত্তৰ = বৰশী।
৪/ খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল?
উত্তৰ = নাৰিকল।
৫/ এঠেঙীয়া বগলী , নিতৌ নাচে গধূলি?
উত্তৰ = বিচনী।
সংগ্ৰাহক -সুস্মিতা দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ