সেইয়া বিস্তৰ প্ৰেম -
স্বদেশ যাৰ অন্য প্ৰতিমা ৷
শঙ্কাহীন অস্ত্ৰত শক্তিমন্ত্ৰৰ ৰোষ ,
প্ৰশ্ৰয় ! অসম্ভৱ ৷
বিজিত শতৰুৰ অবোধ বিস্ময় ,
সেইয়া বীৰাঙ্গনাৰ স্বদেশ-স্বাৰ্থৰ আক্ৰোশ ৷
তেজৰ শিখাত এতিয়াও জয়াল জয়ধ্বনিৰ বাৰুদ ৷
গৰিষ্ঠ নাৰীৰ ত্যাগময় ইতিহাসত -
দেশৰ উদণ্ড গৰিমা ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ