উত্তৰ = যোৰহাটত।
২/ অসমৰ একমাত্ৰ পাৰ্বত্য নিৱাসখনৰ নাম কি?
উত্তৰ = হাফলং।
৩/ বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে?
উত্তৰ = বৰাইল ।
৪/ ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল?
উত্তৰ = ১৮৮৪ চনত।
৫/ এলুমিনিয়ামৰ বাচন- বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে?
উত্তৰ = বঙাইগাঁও।
৬/ নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত?
উত্তৰ = গুৱাহাটী।
৭/অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে?
উত্তৰ = মাহৰ।
৮/ উত্তৰ- পূব ভাৰতৰ প্ৰথমটো বনস্পতি কাৰখানা ক'ত স্থাপন কৰা হৈছিল?
উত্তৰ = আমিনগাঁও।
৯/ অসমত জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ কি?
উত্তৰ = ব্ৰহ্মপুত্ৰ।
১০/ চেনিকল ক'ত আছে?
উত্তৰ = নামৰূপ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ