নীহাৰিকা- ৰুপেশ্বৰ ফুকন

©Admin
0
মই নিৰৱতাৰ মাজে ,
     ভাগৰুৱা পথিক মই ,
          সুখৰ যে সপোন 
           নেদেখো সমূলি ,
            অস্থিৰতাৰ মাজত 
             নীহাৰিকা নেকি !
মই নিৰৱতাৰ মাজে 
     মোৰ জীয়া হাঁহিবোৰ,
       নিৰৱতাৰে থাকি দূৰত্বৰ কথা 
               নাপাওঁ বিচাৰি মোৰ
                 জীৱন নীহাৰিকাই নেকি !
  মই নিৰৱতাৰ মাজে 
    অপেক্ষাত আছো অভিনয়ৰ মঞ্চত,
       ভাগৰুৱা পথিক মই 
           সমীক্ষাৰ মাজতো,
             চাওঁ মোৰ জীৱন 
               নীহাৰিকা নেকি !
 
✍️শ্ৰী ৰুপেশ্বৰ ফুকন , 
     ডুলিয়াজান বাম হুকুটা, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)