কুইজ

©Admin
0
১/ ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল?
উত্তৰ = ৰমাকান্তক। 

২/ কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল?
উত্তৰ = চুখ্ৰামফাই ।

৩/  যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে?
উত্তৰ = ১৮২১ চনত।

৪/ কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়?

উত্তৰ =   চুকামফা। 

৫/ লালুকসোলা বৰফুকনক কোনে হত্যা কৰে?
উত্তৰ = ভোটাই ডেকাই। 

৬/কিমান চনত ইংৰাজ সকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে?
উত্তৰ = ১৮২৬ চনত। 

৭/ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ = গোপীনাথ বৰদলৈ।

৮/ অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল?
উত্তৰ = জগন্নাথ বৰুৱা।

৯/ অসমৰ কাক 'লোকপ্ৰিয়' বুলি কোৱা হয়?
উত্তৰ = গোপীনাথ বৰদলৈ।

১০/ সতী জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি?
উত্তৰ = জেৰেঙা পথাৰ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)